header ads

গুৰু শংকৰ | Assamese poem by Sushmita Konwar


গুৰু শংকৰ

 

শংকৰ মাধৱ

জগতৰ গুৰু, 

শংকৰে ৰচিলে

হৰিনামৰ বাণী.... 

মাধৱে বান্ধিলে 

নামৰে পুখুৰী। 

বৈকুণ্ঠৰপৰা 

হৰিনাম আনি.. 

পৃথিৱীত বোৱালে নদী, 

গিৰি পৰ্বত হিমালয়

চৌদিশে বেঢ়িছে। 

হৰিনাম কীৰ্তন... 

অংকীয়া ভাওনা

আৰু বৰগীতৰ সুৰ, 

সেইজনা গুৰু আমাৰ

পৰম গুৰু, 

তেওঁৰ হকে ৰাতি দিনে

নাম কীৰ্তন কৰোঁ। 

 

*********************

সুস্মিতা কোঁৱৰ

কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

দশম শ্ৰেণী


 

অলংকৰণ :-  সুৰভি দাস

Post a Comment

0 Comments