header ads

কামৰূপ জিলাৰ শিক্ষানুষ্ঠানৰ তথ্য | Kamrup School Data

 


কামৰূপ জিলাৰ শিক্ষানুষ্ঠানৰ তথ্য

।। তীৰ্থমণি ডেকা।।

সম্পাদক

ই আলোচনী "জ্ঞানম"

২০১৯-২০ শিক্ষাবৰ্ষৰ Udise  অনুসৰি কামৰূপ জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ তথ্যখিনি হ'ল-

     

চৰকাৰী/ প্ৰাদেশীকৃত :-

 

    ১)নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা=১৭৫৮ খন

             মুঠ শিক্ষক-শিক্ষয়িত্ৰী=৪১১৬ জন ।

    ২) এম.ভি. বিদ্যালয়ৰ সংখ্যা= ৯৬খন

            মুঠ শিক্ষক-শিক্ষয়িত্ৰী= ৭৭৫ জন ।

    ৩) উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা=১২৫ খন

         মুঠ শিক্ষক-শিক্ষয়িত্ৰী= ৬৬১ জন।

     ৪)  উচ্চ মাধ্যমিক/ উচ্চতৰ মাধ্যমিক বিদ্যালয়= ২৯৩ খন

       মুঠ শিক্ষক-শিক্ষয়িত্ৰী= ৪৫৯৪ জন।

 

      ৫) চৰকাৰী/ প্ৰাদেশীকৃত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ সংখ্যা:-

         ক) প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ= ১০৪৩৫৪ জন।

         খ) ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ=৫৬৩৭৯ জন।

          গ) নৱম আৰু দশম শ্ৰেণী=৩৪৬০১জন।

          ঘ) একাদশ আৰু দ্বাদশ শ্ৰেণী=১৩২১৩ জন।

 

বেচৰকাৰী :-

 

১) মুঠ বিদ্যালয়ৰ সংখ্যা= ২৭০ খন

২) মুঠ শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা=৪০১৮ জন

৩) মুঠ ছাত্র-ছাত্ৰীৰ সংখ্যা= ৬৪০৮৩ জন।

         

                উৎস:- সমগ্র শিক্ষা, কামৰূপ।

 

Post a Comment

0 Comments