header ads

মহৎ লোকৰ বাণী | Collected by Bikash Jyoti Hazarika

মহৎ লোকৰ বাণী

  


 

১/সত্যত থকাতকৈ সত্যৰ অন্বেষণ অধিক মূল্যৱান।

-আইনষ্টাইন 

 

২/ ভুলৰ বাবে আনক ক্ষমা কৰি দিবা। কিন্তু নিজকে কোনো দিন ক্ষমা নকৰিবা।

-চাইৰাছ 

 

৩/অন্ধবিশ্বাস হ'ল দুৰ্বল মানুহৰ ধৰ্ম।

-বাৰ্ক

 

৪/ নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট।

-আইৰিছ প্ৰবচন

 

৫/ মহৎ কাম শক্তিৰে নহয় । অধ্যৱসায়ৰে সম্পন্ন হয়।

-ছেমুৱেল জনছন

 

৬/ খং যেতিয়া উঠে, তেতিয়া সদায় ফলাফললৈ মনত ৰাখিবা।

-কনফুচিয়াছ

 

৭/ দায়বদ্ধতা হ'ল মহানতাৰ মূল্য।

-চাৰ্চিল


৮/গ্ৰন্থ নথকা কোঠা আৰু প্ৰাণ নথকা শৰীৰ একেই।

-চিচাৰু

 


নামঃ- শ্ৰীবিকাশ জ্যোতি হাজৰিকা

শ্ৰেণীঃ- অষ্টম মান

তাতিবামা আ‌ঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়

শিক্ষাখণ্ড- ৰাণী 

 


Post a Comment

0 Comments