অমৃত বাণী
১) খুব
বেছি চমৎকাৰ মুখ দেখি বিশ্বাস নকৰিবা
---ভাৰ্জিল----
২) পুতৌৰ পাত্ৰ হোৱাতকৈ
ঈৰ্ষাৰ পাত্ৰ হোৱা ভাল ৷
----হেৰদটাছ-----
৩) গভীৰভাৱে মনত সাঁচ
বহুৱাব পৰাটো ভাল সাহিত্যিকৰ লক্ষণ৷
----হেম
বৰুৱা-----
৪) পলমকৈ হলেও ভগৱানে
এদিন বিচাৰ কৰিব৷
----- জৰ্জ
হাৱাৰ্ট-----
৫)দৰিদ্ৰতাৰ সম্মুখত
সকলো আদৰ্শই অৰ্থহীন৷
-----ত্ৰফ
নিৎচ----=
মিন্টু দাস
ষষ্ঠ শ্ৰেণী
পূৱপাৰ গান্ধীজী উচ্চ
মাধ্যমিক বিদ্যাপীঠ৷
কমলপুৰ শিক্ষা খণ্ড৷
0 Comments