header ads

হেৰাই যাব ওলোৱা সামগ্ৰী | Collected by Saraswati Dutta

 জাঁত বা জাঁতা :-  

জাঁত বা জাঁতা হৈছে এবিধ শস্য পিহা সঁজুলি। আগতে যেতিয়া মিল বা ইলেক্ট্রনিক সঁজুলি আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া মানুহে এই সঁজুলিৰে মাহজাতীয় শস্যবিলাক জাঁতত পিহি দাইল তৈয়াৰ কৰিছিল। কিন্তু বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ ফলত এতিয়া এই জাঁত বিলুপ্তিৰ পথত l 


যুগুতালে : সৰস্বতী দত্ত

Post a Comment

0 Comments