জাঁত বা জাঁতা :-
জাঁত বা জাঁতা হৈছে এবিধ শস্য পিহা সঁজুলি। আগতে যেতিয়া মিল বা ইলেক্ট্রনিক সঁজুলি আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া মানুহে এই সঁজুলিৰে মাহজাতীয় শস্যবিলাক জাঁতত পিহি দাইল তৈয়াৰ কৰিছিল। কিন্তু বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ ফলত এতিয়া এই জাঁত বিলুপ্তিৰ পথত l
যুগুতালে : সৰস্বতী দত্ত
0 Comments