header ads

আমাৰ ছাত্ৰজন | A poem by Nilima Saikia

আমাৰ ছাত্ৰজন


সিয়েই আমাৰ আশা আকাংশাৰ আমঠু,

যাৰ কৰ্মোৎসাহৰ ধ্বজা উৰিছে মনাকাশত।

দেহে মনে যাৰ নাই কোনো প্ৰলেপ

মিছা আধুনিকতাৰ,

কৰে হৃদয়ঙ্গম যিয়ে বাণী পূৰ্বপুৰুষৰ।

সঁচা অনুকৰণপ্ৰিয়তাই গতি কৰায় তাক পোহৰলৈ,

মাথোঁ পোহৰলৈ

ক্ৰমশঃ..

 ________________________________

 মোছাম্মদ নীলিমা শইকীয়া , 

 প্ৰধান শিক্ষয়িত্ৰী, 

 হাবেৰিকুৰা প্ৰাথমিক বিদ্যালয় , 

 কমলপুৰ শিক্ষাখণ্ড


অলংকৰণ :- পূবালী শইকীয়া  দাস

Post a Comment

0 Comments