গণিতৰ যাদু
যিকোনো তিনিটা
অংকবিশিষ্ট সংখ্যা এটা লোৱা ৷
এতিয়া ইয়াক ১৩ ৰে পূৰণ
কৰা, ফলাফলটোক ৭ ৰে পূৰণ কৰা, আকৌ শেষৰ ফলাফলটোক ১১ ৰে পূৰণ কৰা ৷ কি পালা ?
এনেদৰে যিকোনো তিনিটা
অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত অংকটো কৰি চোৱা আৰু উত্তৰটো লক্ষ্য কৰা ৷
তলৰ উদাহৰণকেইটালৈ মন
দিয়া :
২৩৬ x ১৩ x ৭ x ১১= ২৩৬২৩৬
৪৩২ x ১৩ x ৭ x ১১=
৪৩২৪৩২
১২৭ x ১৩ x ৭ x ১১=
১২৭১২৭
সংগ্ৰাহক:
ৱাহিদুদ জামান
বিষয় শিক্ষক
ছয়গাওঁ উচ্চতৰ মাধ্যমিক
বিদ্যালয় ৷
শিক্ষাখণ্ড:
ছয়গাওঁ
অলংকৰণ :- সুকন্যা ভৰদ্বাজ
0 Comments