header ads

গণিতৰ যাদু | Math's magic tricks by Wahidud Zaman

 গণিতৰ যাদু

গণিতৰ যাদু | Math's magic tricks

 

যিকোনো তিনিটা অংকবিশিষ্ট সংখ্যা এটা লোৱা ৷ 

এতিয়া ইয়াক ১৩ ৰে পূৰণ কৰা, ফলাফলটোক ৭ ৰে পূৰণ কৰা, আকৌ শেষৰ ফলাফলটোক ১১ ৰে পূৰণ কৰা ৷ কি পালা ? 

 

এনেদৰে যিকোনো তিনিটা অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত অংকটো কৰি চোৱা আৰু উত্তৰটো লক্ষ্য কৰা ৷


তলৰ উদাহৰণকেইটালৈ মন দিয়া :

 

২৩৬ x ১৩ x ৭ x ১১= ২৩৬২


৪৩২ x ১৩ x ৭ x ১১= ৪৩২৪৩২


১২৭ x ১৩ x ৭ x ১১= ১২৭১২৭

 

**********************

সংগ্ৰাহক:

ৱাহিদুদ জামান

বিষয় শিক্ষক

ছয়গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ 

শিক্ষাখণ্ড: ছয়গাওঁ 



অলংকৰণ :- সুকন্যা ভৰদ্বাজ




Post a Comment

0 Comments