header ads

বিদ্যালয়সমূহৰ উল্লেখযোগ্য কামৰ আলোকচিত্ৰ | School Information KGVB

 বিদ্যালয়সমূহৰ উল্লেখযোগ্য কামৰ আলোকচিত্ৰ


ওপৰত উল্লেখ কৰা আলোকচিত্ৰ কেইখন আমাৰ কামৰূপ(গ্ৰাম্য)শিক্ষাখণ্ডৰ অন্তৰ্গত কস্তৰবা গান্ধী বালিকা বিদ্যালয়ে বিভিন্ন দিশত কৰা কাৰ্যসমূহৰ এটি আভাস । গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ আদৰ্শত গঢ়ি উঠা এই বিদ্যালয়সমূহ কন্যা শিশুৰ ( বিশেষকৈ সমাজৰ পিছপৰা শ্ৰেণী ) উত্থানৰ বাবে গঠিত এক অনুষ্ঠান।


Post a Comment

0 Comments