শব্দ শৃখল
থিয়কৈ
১/সৰু ল'ৰা-ছোৱালীক গীত গাই ওমলোৱা কাৰ্য(৪)
২/এবিধ সৰু
চাৰিঠেঙীয়া জন্তু (৩)
৩/মৃত্যুৰ
পিছত পাপীক শাস্তি দিয়া ঠাই (৩)
৪/দূৰত্বৰ এটা
জোখ(৩)
৫/তিতামৰা গছৰ
পাতৰপৰা ওলোৱা পাট সূতাৰ নিচিনা আঁহ(৪)
৬/মৃত্যু (৩)
৭/হৃদপিণ্ডৰপৰা
দেহৰ বিভিন্ন অংশলৈ তেজ কঢ়িয়াই নিয়া নলী (৩)
৮/পিয়ন (৪)
৯/কাঁড় মৰা
যতন(২)
১০/লাজ (২)
১১/পাটীদৈ গছৰ
ছালৰ মিহি কাঠিৰে বোৱা ঢাৰি (২)
পথালিকৈ
১/ঘৰ, বাসস্থান (৪)
২/পতাকা (৩)
৩/নৱ, নতুন (১)
৪/আই(১)
৫/মহামাৰী (৩)
৬/স্বয়ং (২)
৭/তামোলৰ লগত
খোৱা এবিধ জ্বলা গুণৰ পাত(৩)
৮/লুণ্ঠন, পলুৱাই নিয়া কাৰ্য (৩)
৯/ধনৱান(২)
১০/ডাবি,খং
কৰি দেখুওৱা ভয়(৩)
১১/বাহুবলৰ
শ্ৰেষ্ঠতাৰ ভিত্তিত খেলা এবিধ খেল (২)
0 Comments