header ads

শব্দ শৃখল | Word Puzzle

 শব্দ শৃখল



থিয়কৈ

১/সৰু ল'ৰা-ছোৱালীক গীত গাই ওমলোৱা কাৰ্য(৪)

২/এবিধ সৰু চাৰিঠেঙীয়া জন্তু (৩)

৩/মৃত্যুৰ পিছত পাপীক শাস্তি দিয়া ঠাই (৩)

৪/দূৰত্বৰ এটা জোখ(৩)

৫/তিতামৰা গছৰ পাতৰপৰা ওলোৱা পাট সূতাৰ নিচিনা আঁহ(৪)

৬/মৃত্যু (৩)

৭/হৃদপিণ্ডৰপৰা দেহৰ বিভিন্ন অংশলৈ তেজ কঢ়িয়াই নিয়া নলী (৩)

৮/পিয়ন (৪)

৯/কাঁড় মৰা যতন(২)

১০/লাজ (২)

১১/পাটীদৈ গছৰ ছালৰ মিহি কাঠিৰে বোৱা ঢাৰি (২)

 

পথালিকৈ

/ঘৰ, বাসস্থান (৪)

২/পতাকা (৩)

৩/নৱ, নতুন (১)

৪/আই(১)

৫/মহামাৰী (৩)

৬/স্বয়ং (২)

৭/তামোলৰ লগত খোৱা এবিধ জ্বলা গুণৰ পাত(৩)

৮/লুণ্ঠন, পলুৱাই নিয়া কাৰ্য (৩)

৯/ধনৱান(২)

১০/ডাবি,খং কৰি দেখুওৱা ভয়(৩)

১১/বাহুবলৰ শ্ৰেষ্ঠতাৰ ভিত্তিত খেলা এবিধ খেল (২)














Post a Comment

0 Comments