header ads

মাতৃত্ব

মাতৃত্ব

"মা,


আজিৰ বাতৰি কাকত খন চাইছানে ?"

পুত্ৰৰ ফটোখন দেখি............


মালিনীৰ সেই দিনবোৰলৈ বৰকৈ মনত পৰিছে ।


        দেউতাক অবিহনে কিমান কষ্টেৰে আনৰ ঘৰত কাম কৰি চৰকাৰী বিদ্যালয়ত ল'ৰাক পঢ়ুৱাইছিল !!!


        সফল‌ প্ৰশাসনিক বিষয়া হিচাপে সমাজত প্ৰতিষ্ঠিত পুত্ৰৰ  মাতৃত্বৰ গৌৰৱে মালিনীক যেন এক নতুন দিগন্তৰ সন্ধান দিছে.....।

-------------**********--------------

 

নাম-কল্পনা হালৈ

পদবী-মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক

সমল কেন্দ্ৰ- দলৈতোলা

শিক্ষাখণ্ড-হাজো

কামৰূপ


অলংকৰণ-পল্লবী পাঠক  



Post a Comment

0 Comments