header ads

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা


বিষ্ণু প্ৰসাদ ৰাভা,

অসমৰ সংস্কৃতিৰ বাট মুকলি কৰি

তুমি বিলাই দিলা জ্ঞানৰ আভা।


কলাগুৰু নামে জগতে চিনিলে

তোমাৰ শিল্পৰ মহান সৃষ্টিত

কৰযোৰে ধন্য মানিলে।


স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা

বুকুত অযুত সাহস তোমাৰ

তুমি আমাৰ যুগজয়ী নেতা।

 

তোমাৰ আদৰ্শৰে নিজক গঢ়িম

দেশৰ কাৰণে, দহৰ কাৰণে

বলিদান দিবলৈও পাছ নুহুকিম।।

 

**********************

নাৰগীছ চনম

শ্ৰেণী- পঞ্চম

১২৬৭ নং মালিবাৰী প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড- কৰৰা।

****************

অলংকৰণ-সুকন্যা ভৰদ্বাজ




Post a Comment

0 Comments