header ads

কৰ'ণা মহামাৰী



কৰ'ণা মহামাৰী

বিয়পাই ৰোগ

বঢ়াইছে য'ত বেমাৰী,


সৰু- বৰ নাই

ভাল- বেয়া নাচাই

ধৰিছে সকলোকে আগুৰি।


তথাপি যদিও

হোৱা সাৱধান

যত্ন ৰাখিব নাযাবা পাহৰি,


ঘনাই হাত ধোৱা, 

কৰা মাস্ক পৰিধান

পাবা তুমি আহৰি।

 ****************************


চাহানা পাৰবিন

পঞ্চম শ্ৰেণী

১২৬৭ নং মালিবাৰী প্ৰাথমিক বিদ্যালয়।

কৰৰা শিক্ষাখণ্ড

*****************

অলংকৰণ- সুকন্যা ভৰদ্বাজ



Post a Comment

0 Comments