header ads

প্ৰতিযোগিতাৰ বিজয়ীসকল

 বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নামসমূহ

শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ উদ্যোগত আৰু সমগ্র শিক্ষা কামৰূপৰ সহযোগত ৰাভা দিৱস উপলক্ষে অনলাইনযোগে অনুষ্ঠিত বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নামসমূহ তলত উল্লেখ কৰা হ'ল:-

প্ৰথম স্থান:

পূজা পাঠক, ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় , হাজো শিক্ষাখণ্ড

দ্বিতীয় স্থান:

পুনম নাথ, বালাসিদ্ধি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়, ছয়গাঁও শিক্ষাখণ্ড







তৃতীয় স্থান:


নিকিতা দত্ত,লোকপ্ৰিয় বৰদলৈ হাইস্কুল, ৰঙিয়া শিক্ষাখণ্ড


 

নিচুকনিমূলক:


কাব্যনীল দাস,৪২ নং ভূর্কীবাড়ী প্রাঃ বিদ্যালয়, বকো শিক্ষাখণ্ড




 ***************************************************

চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নামসমূহ


শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ উদ্যোগত আৰু সমগ্র শিক্ষা কামৰূপৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনলাইনযোগে আয়োজিত চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নামসমূহ তলত উল্লেখ কৰা হ'ল -

সমূহ অংশগ্রহণকাৰী শিশুলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হ'ল....


প্ৰথম স্থান:

কুলদ্বীপ কলিতা, সপ্তম শ্রেণী,

আৰ. বি.এইচ. এচ. এণ্ড এম. পি স্কুল , মিৰ্জা, 

শিক্ষাখণ্ড- ৰামপুৰ

















দ্বিতীয় স্থান:




হিয়া কলিতা, পঞ্চম শ্রেণী

১২৬৮ নং পানীটেমা বালিকা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড - কমলপুৰ






তৃতীয় স্থান:



বিনীত কুমাৰ শ্বাহঅষ্টম শ্ৰেণী

আনন্দ হিন্দী এম. ই. স্কুল

শিক্ষাখণ্ড- কৰৰা






চতুৰ্থ স্থান:



ধৰিত্ৰী দাস, চতুৰ্থ শ্ৰেণী

ভাল্লা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড- ৰাণী



Post a Comment

0 Comments