Labels

কৰ্মশালাৰ সঁফুৰা | Workshop gallery

 কৰ্মশালাৰ সঁফুৰা

শৈক্ষিক গোট 'জ্ঞানম' , কামৰূপৰ উদ্যোগত আৰু সমগ্র শিক্ষা কামৰূপৰ সহযোগত ইং ১৪ , ১৫  আৰু ১৬ জুন, ২০২১ তাৰিখে অনুষ্ঠিত হৈ যোৱা গ্ৰীষ্মকালীন তিনিদিনীয়া অনলাইন কৰ্মশালাখনিৰ ১ম দিনৰ কাৰ্যসূচী 'হস্তকলা'ত অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে  নিজে প্ৰস্তুত কৰা হস্তনির্মিত বিভিন্ন সৃষ্টি আমালৈ মেইলযোগে পঠায়... অংশগ্রহণকাৰীসকললৈ তেওঁলোকৰ সহযোগিতাৰ বাবে গোটৰ তৰফৰপৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰা হ'ল..


১/ পূৰৱী তালুকদাৰ

সহঃ শিক্ষয়িত্ৰী

বাখালাপাৰা বাটাবাৰী মধ্য ইংৰাজী বিদ্যালয়

ৰাণী শিক্ষাখণ্ড







২/ জ্যোতিস্মিতা দেৱী







৩/ হিয়া কলিতা

পঞ্চম শ্ৰেণী

১২৬৮ নং পানীটেমা বালিকা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড- কমলপুৰ 













Post a Comment

0 Comments