কৰ্মশালাৰ সঁফুৰা
শৈক্ষিক গোট 'জ্ঞানম' , কামৰূপৰ উদ্যোগত আৰু সমগ্র শিক্ষা
কামৰূপৰ সহযোগত ইং ১৪ , ১৫ আৰু ১৬ জুন, ২০২১
তাৰিখে অনুষ্ঠিত হৈ যোৱা গ্ৰীষ্মকালীন তিনিদিনীয়া অনলাইন কৰ্মশালাখনিৰ ১ম দিনৰ কাৰ্যসূচী
'হস্তকলা'ত অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজে প্ৰস্তুত কৰা হস্তনির্মিত বিভিন্ন সৃষ্টি আমালৈ
মেইলযোগে পঠায়... অংশগ্রহণকাৰীসকললৈ তেওঁলোকৰ সহযোগিতাৰ বাবে গোটৰ তৰফৰপৰা আন্তৰিক
কৃতজ্ঞতা জ্ঞাপন কৰা হ'ল..
১/ পূৰৱী তালুকদাৰ
সহঃ শিক্ষয়িত্ৰী
বাখালাপাৰা বাটাবাৰী মধ্য ইংৰাজী বিদ্যালয়
ৰাণী শিক্ষাখণ্ড
২/ জ্যোতিস্মিতা দেৱী
৩/ হিয়া কলিতা
পঞ্চম শ্ৰেণী
১২৬৮ নং পানীটেমা বালিকা প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড- কমলপুৰ
0 Comments