header ads

 সন্তুষ্টি



 " বিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰত যদি তোমালোকক কোনোবাই অশালীন ভাবে স্পৰ্শ কৰে, তেন্তে লগে লগে অফিচ ৰূমলৈ গৈ অধ্যক্ষ বা উপাধ্যক্ষ মহোদয়ক জনোৱাতকৈ, সাহস কৰি সকলোৰে সন্মুখত কৈ দিবা, আমি উচিত ব্যৱস্থা ল'ম ।" বিদ্যালয়ৰ বাৰ্ষিক সভাত ছোৱালী সুৰক্ষাৰ ওপৰত দিয়া ভাষণত কথাষাৰ কৈ মনালিছাৰ মনটো বৰ পাতল লাগিল । নিশ্চয়কৈ কৰ্তৃপক্ষই আঘাত পাইছে , কিন্তু কথাষাৰ সকলোৰে বাবে এটা সকীয়নিও হ'ল। দাপোনত নিজৰ প্ৰতিবিম্ব চাই ভাল লগা ধৰণৰ এটা কাম হ'ল । 

পিঙ্গলা চৌধাৰী কলিতা
সহকাৰী শিক্ষয়িত্ৰী 
৪নং চেপ্তি প্ৰাথমিক বিদ্যালয় 
ৰঙিয়া মণ্ডল।







অলংকৰণ-


Post a Comment

0 Comments