header ads

-মহৎলোকৰ বাণী

 

১) আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথবা ; কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ'ব তুমি নাজানা ।

- হজৰত মহম্মদ


২) আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া ।

- হেম বৰুৱা


৩) পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন ।

- ৰবীন্দ্ৰনাথ ঠাকুৰ


৪) যাৰ অন্তৰত সংগীত নাই, তেওঁক বিশ্বাস কৰিব নোৱাৰি ।

- প্লেটো


৫) এপাচি বিদ্যাতকৈ, এমুঠি সততাৰ মূল্য বহুত বেছি ।

- জৰ্জ হাবাৰ্ট



সংগ্ৰাহক-

মেহজামিন চুলতানা
শ্ৰেণী- সপ্তম শ্ৰেণী
২ নং বৰুৱাপথাৰ মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড- ছমৰীয়া

Post a Comment

0 Comments