header ads

মহৎলোকৰ বাণী


 ১) সৰল হোৱা কিন্তু দুৰ্বল নহ’বা,শক্তিশালী হোৱা কিন্তু অত্যাচাৰী নহ’বা ।


---ড৹ এ. পি. জে. আব্দুল কালাম


২) পাপ যিমানেই সৰু হওঁক কেতিয়াও নকৰিবা,পুণ্য যিমানেই সৰু হওঁক সদায় কৰিবা ।

---ড৹ এ পি জে আব্দুল কালাম

৩) ত্যাগ কৰিবলৈ শিকা , সুখী হ’বা । সজ কৰ্মত ,সজ কথাত নিজকে ব্যস্ত ৰাখা ; আনন্দিত হ’বা ।
---ৰামকৃষ্ণ পৰমহংস

৪)  প্ৰথমে নিজকে ভাল পাবলৈ শিকা ৷ নিজক ভালপোৱা মানুহে আনক কষ্ট দিব নোৱাৰে ।
----বুদ্ধদেৱ

৫) শিক্ষক এডাল মমবাতিৰ দৰে । যি নিজে জ্বলি আনক পোহৰ দিয়ে ।
----ছক্ৰেটিছ ৷


শ্যামন্তিকা কাকতি
পঞ্চম শ্ৰেণী
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষা খণ্ড 

Post a Comment

0 Comments