Labels

কুইজ ।

 ##কুইজ##


১) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি ?

উঃ= প্ৰশান্ত মহাসাগৰ ।

২) জুইশলা কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ =জন ৱাকাৰ ।

৩) ৰেডিঅ’ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ= মাৰ্কনি ।

৪) পৃথিৱীৰ ভিতৰত বহল নদীখনৰ নাম কি ?

উঃ =আমাজান নদী ।


সংগ্ৰহ:

ভৃগু প্ৰসাদ কাকতি ।

তৃতীয় শ্ৰেণী

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- কমলপুৰ, কামৰূপ ।

Post a Comment

0 Comments