##কুইজ##
উঃ= প্ৰশান্ত মহাসাগৰ ।
২) জুইশলা কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ =জন ৱাকাৰ ।
৩) ৰেডিঅ’ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ= মাৰ্কনি ।
৪) পৃথিৱীৰ ভিতৰত বহল নদীখনৰ নাম কি ?
উঃ =আমাজান নদী ।
সংগ্ৰহ:
ভৃগু প্ৰসাদ কাকতি ।
তৃতীয় শ্ৰেণী
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।
শিক্ষাখণ্ড- কমলপুৰ, কামৰূপ ।
0 Comments