header ads

মহৎলোকৰ বাণী ।

 --মহৎলোকৰ বাণী--


১) পাপ আমাৰ শত্ৰু ,পুণ্য আমাৰ বন্ধু ৷

         ----মহাবীৰ----

২) নিজক বুজিব নোৱাৰাজনে আন একোৱেই বুজিব নোৱাৰে ৷

          ----- আইনষ্টাইন--

৩) নোৱাৰা শব্দটো মূৰ্খৰ ভঁৰালত থাকে ৷

           -----আব্ৰাহাম লিংকন----

৪) এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুৱেই ভাল৷

            -----নেপোলিয়ন----


সংগ্ৰহ:

অংকিতা দাস ।

চতুৰ্থ শ্ৰেণী ।

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- কমলপুৰ, কামৰূপ ।

Post a Comment

0 Comments