header ads

সাঁথৰ ।

 ----সাঁথৰ----

।।। ।


১) পিটিকিলেই ভাঙে , আফলিয়ালেও নাভাঙে ।

------ ভাত-------

২) নদী নলা শুকাই গ’ল ,গছৰ আগত পানী ৰ’ল ।

----- নাৰিকল-----

৩) এযোৰ পক্ষী আছে , কাকো কোনেও নেদেখে ।

----- চকু----

৪) ৰজাৰ ঘৰৰ কলি গাই , এক পিয়ন দি মৰি যায় ।

---- কলগছ----

৫) নদীপাৰৰ লেছাৰি , খোপা বান্ধে নছাৰি ।

----কঠীয়া-----


সংগ্ৰহ:

লিয়াজ দাস ।

তৃতীয় শ্ৰেণী ।

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- কমলপুৰ, কামৰূপ ।

Post a Comment

0 Comments