header ads

মহৎলোকৰ বাণী l

 মহৎলোকৰ বাণী


১) ভুল আঁতৰাই সত্যক প্ৰতিষ্ঠা কৰাটোৱে শিক্ষাৰ লক্ষ্য-----ছক্ৰেটিছ ।

২)সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য্য----প্লেটো ।

৩) মই পাপক যিমান ভয় কৰোঁ ,তাতোকৈ বেছি ভয় কৰোঁ পাপৰ পৰিমাণক ------মহাত্মা গান্ধী ।

৪) তোমালোকে সপোন দেখা, সপোনক চিন্তালৈ ৰূপান্তৰিত কৰা, চিন্তাক কামলৈ ৰূপান্তৰ কৰা,দেখিবা ফল হাততে পাইছা-----এ.পি.জে.আব্দুল কালাম ।

৫) মানুহৰ জীৱনত আনুষ্ঠানিক শিক্ষা হৈছে এক বিৰাট ডাঙৰ ট্ৰেজেডী ৷ জীৱনৰ বহুতো অমূল্য সময় ই অবাবতে নষ্ট কৰে----লিঅ’ টলষ্টয় ।


সংগ্ৰহ:

জ্যোতিৰ্ময় দাস।

পঞ্চম শ্ৰেণী,

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়।

কমলপুৰ শিক্ষাখণ্ড l

Post a Comment

0 Comments