header ads

কুইজ l

 কুইজ


১) উত্তৰ-পূৱৰ কোনখন ৰাজ্যক পূবৰ 'ছুইজাৰলেণ্ড’ বুলি জনা যায়?

উঃ নাগালেণ্ড ।

২) পৃথিৱীৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি?

উঃ সুন্দৰবন ।

৩) পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰটোৰ নাম কি?

উঃ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ।

৪) ভাৰতৰ প্ৰথম বৈদেশিক বেংকটোৰ নাম কি?

উঃ ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক ।

৫) এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি?

উঃ বাছেন্দ্ৰী পাল ।


সংগ্ৰহ:

অংশুমান দাস ।

পঞ্চম শ্ৰেণী,

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।

কমলপুৰ শিক্ষা খণ্ড l 

Post a Comment

0 Comments