header ads

শব্দ-শৃংখল l দ্বিতীয় বছৰ, ৩য় সংখ্যা

 

শব্দ-শৃংখল:



পথালিকৈ--

 ১/হেঁপাহ (৩)

/উৎকৃষ্ট ঔষধ ,প্ৰমাণী ঔষধ (৪)

৫/ৰমজান মাহত মুছলমানসকলে কৰা ধৰ্মীয় উপবাস (২)

৬/পুথি থোৱা কাঠৰ যতন(২)

৮/উৎসৱ আদিৰ কাৰণে অস্থায়ী ভাৱে নিৰ্মিত আহল-বহল চালি(২)

৯/গঢ়,ৰূপ, আকৃতি(৩)

১১/লতা গছত লগা এবিধ পাচলি(২)

১৩/গীত (২)

১৪/নৈত উটি অহা শিলৰ গুড়ি(২)

১৬/কিজানি,হ'বলা(২)

১৭/মাটিৰ হিচাপ(২)

১৯/বুঢ়া আঙুলি আৰু মাজৰ আঙুলি বলেৰে লগ লগাই মাজৰ আঙুলি পিছলাই কৰা শব্দ(৩)

২১/কোনো  নিৰ্দিষ্ট ঠাইত সময়ত উপস্থিত হ'বলৈ আজ্ঞা কৰি দিয়া পত্ৰ (৩)

২৩/এবিধ দুৰ্গন্ধযুক্ত এন্দুৰ জাতীয় সৰু জন্তু (২)

২৪/খেতি কৰিবলৈ সাঁচি থোৱা গুটি (২)

২৫/বিয়াৰ পাত্ৰী(৩)

২৭/চেঁউৰী হাতী(৩)

২৮/ক্ৰোধ আদিৰ তীব্ৰ ৰূপ(২)

২৯/শিৱ(২)

৩০/গম্ভীৰ (২)

৩১/সংখ্যা ভাগকৰণ(৩)

৩২/পলম,দেৰি(৩)

 

 দীঘলকৈ--

 ১/বিদ্যুৎ আৰু তাপ পৰিবাহী খনিজ পদাৰ্থ (২)

২/মৃত্যু (৪)

৪/দেৱতাসকলৰ সেনাপতি, কাৰ্তিক (৪)

৭/সেনা নিবাস(৩)

১০/চাকি ওখকৈ থব পৰা যতন (২)

১২/এবিধ ৰঙা ৰঙৰ ফুল(২)

১৫/পুৰোহিত-বামুণৰ লগুৱা ল'ৰা (৪)

১৬/বন্তি জ্বলোৱা ধাতু বা মাটিৰ পাত্ৰ(২)

১৭/শোৱাপাটী(৩)

১৮/গৰমত মানুহৰ গাৰ পৰা ওলোৱা পানী(২)

২০/যিহৰ বিচাৰ ন্যায়ালয়ত হৈ আছে (৫)

২২/মৃত্যুৰ পিছত পাপীক শাস্তি দিয়া ঠাই (৩)

২৩/সহজে নিছিঙা,লিকটা(৩)

২৪/সত্য(২)

২৬/এবিধ সুগন্ধি ফুল ধৰা সুকাঠী গছ(৩)

২৮/এঠাইৰপৰা আনঠাইলৈ যা(২)

২৯/বছৰৰ বেছিভাগ সময় পানীত ডুব গৈ থকা ঠাই(৩)

৩১/সমৰ , যুদ্ধ (২)

 

 

পুবালী শইকীয়া দাস

প্ৰস্তুতকৰ্তা:

পুবালী শইকীয়া দাস।

সদস্য, জ্ঞানম্ ।


Post a Comment

0 Comments