শব্দ-শৃংখল:
পথালিকৈ--
৩/উৎকৃষ্ট ঔষধ ,প্ৰমাণী ঔষধ (৪)
৫/ৰমজান মাহত মুছলমানসকলে কৰা ধৰ্মীয় উপবাস (২)
৬/পুথি থোৱা কাঠৰ যতন(২)
৮/উৎসৱ আদিৰ কাৰণে অস্থায়ী ভাৱে নিৰ্মিত আহল-বহল
চালি(২)
৯/গঢ়,ৰূপ, আকৃতি(৩)
১১/লতা গছত লগা এবিধ পাচলি(২)
১৩/গীত (২)
১৪/নৈত উটি অহা শিলৰ গুড়ি(২)
১৬/কিজানি,হ'বলা(২)
১৭/মাটিৰ হিচাপ(২)
১৯/বুঢ়া আঙুলি আৰু মাজৰ আঙুলি বলেৰে লগ লগাই
মাজৰ আঙুলি পিছলাই কৰা শব্দ(৩)
২১/কোনো নিৰ্দিষ্ট ঠাইত সময়ত উপস্থিত হ'বলৈ আজ্ঞা কৰি দিয়া পত্ৰ (৩)
২৩/এবিধ দুৰ্গন্ধযুক্ত এন্দুৰ জাতীয় সৰু জন্তু
(২)
২৪/খেতি কৰিবলৈ সাঁচি থোৱা গুটি (২)
২৫/বিয়াৰ পাত্ৰী(৩)
২৭/চেঁউৰী হাতী(৩)
২৮/ক্ৰোধ আদিৰ তীব্ৰ ৰূপ(২)
২৯/শিৱ(২)
৩০/গম্ভীৰ (২)
৩১/সংখ্যা ভাগকৰণ(৩)
৩২/পলম,দেৰি(৩)
২/মৃত্যু (৪)
৪/দেৱতাসকলৰ সেনাপতি, কাৰ্তিক (৪)
৭/সেনা নিবাস(৩)
১০/চাকি ওখকৈ থব পৰা যতন (২)
১২/এবিধ ৰঙা ৰঙৰ ফুল(২)
১৫/পুৰোহিত-বামুণৰ লগুৱা ল'ৰা (৪)
১৬/বন্তি জ্বলোৱা ধাতু বা মাটিৰ পাত্ৰ(২)
১৭/শোৱাপাটী(৩)
১৮/গৰমত মানুহৰ গাৰ পৰা ওলোৱা পানী(২)
২০/যিহৰ বিচাৰ ন্যায়ালয়ত হৈ আছে (৫)
২২/মৃত্যুৰ পিছত পাপীক শাস্তি দিয়া ঠাই (৩)
২৩/সহজে নিছিঙা,লিকটা(৩)
২৪/সত্য(২)
২৬/এবিধ সুগন্ধি ফুল ধৰা সুকাঠী গছ(৩)
২৮/এঠাইৰপৰা আনঠাইলৈ যা(২)
২৯/বছৰৰ বেছিভাগ সময় পানীত ডুব গৈ থকা ঠাই(৩)
৩১/সমৰ , যুদ্ধ (২)
প্ৰস্তুতকৰ্তা:
পুবালী শইকীয়া দাস।
সদস্য, জ্ঞানম্ ।
0 Comments