header ads

ঠিকনা l Assamese Poem by Utpala Sarma

 ঠিকনা


ধূসৰিত সময়ৰ এটি

নিৰ্লজ্জ কবিতা ...

অনুভৱৰ পৃষ্ঠা খুলি

কুৰুকি কুৰুকি সোমাই অহা

এটি কৰ্কশ যন্ত্রণা ...

দুখৰ বোকোচাত উঠি

বিচাৰি ফুৰা এটি

সুখৰ ঠিকনা ।।

উৎপলা শৰ্মা l

সহকাৰী শিক্ষয়িত্ৰী,

ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় l

শিক্ষাখণ্ড : ছমৰীয়া l

Post a Comment

0 Comments