মহৎলোকৰ বাণী
১) কৰ্মইহে মানুহৰ জ্ঞান বঢ়ায় ।
- জন ডিউ ।
২) প্ৰকৃত প্ৰেম সাগৰৰ দৰে সীমাহীন ।
- মহাত্মা গান্ধী ।
৩) সত্যই সবাটোতকৈ শক্তিশালী যুক্তি ।
- চেফোক্লিচ ।
৪) ভাষা হৈছে সাহিত্যৰ সাজপাৰ মাথোন । ভাৱ হৈছে তাৰ দেহ আৰু আদৰ্শ হৈছে তাৰ প্ৰাণ ।
- হেমচন্দ্ৰ গোস্বামী ।
৫) এজন মূৰ্খৰ অন্তৰখন তেওঁৰ মুখত থাকে, কিন্তু এজন জ্ঞানীৰ মুখখন তেওঁৰ অন্তৰত থাকে ।
- বেঞ্জামিন ফ্ৰেংকলিন ।
শ্ৰী নিশিতা বৰুৱা
দশম শ্ৰেণী
হাজো এছ বি এছ কে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - হাজো
0 Comments