header ads

মহৎলোকৰ বাণী l সংগ্ৰহঃ শ্ৰী নিশিতা বৰুৱা

মহৎলোকৰ বাণী

১) কৰ্মইহে মানুহৰ জ্ঞান বঢ়ায় ।
 -  জন ডিউ ।

২) প্ৰকৃত প্ৰেম সাগৰৰ দৰে সীমাহীন ।
-  মহাত্মা গান্ধী ।

৩) সত্যই সবাটোতকৈ শক্তিশালী যুক্তি ।
 -  চেফোক্লিচ ।

৪) ভাষা হৈছে সাহিত্যৰ সাজপাৰ মাথোন । ভাৱ হৈছে তাৰ দেহ আৰু আদৰ্শ হৈছে তাৰ প্ৰাণ ।
 -  হেমচন্দ্ৰ গোস্বামী ।

৫) এজন মূৰ্খৰ অন্তৰখন তেওঁৰ মুখত থাকে, কিন্তু এজন জ্ঞানীৰ মুখখন তেওঁৰ অন্তৰত থাকে ।
-  বেঞ্জামিন ফ্ৰেংকলিন ।



শ্ৰী নিশিতা বৰুৱা
দশম শ্ৰেণী
হাজো এছ বি এছ কে আৰ উচ্চতৰ মাধ্যমিক  বিদ্যালয় 
শিক্ষাখণ্ড - হাজো

Post a Comment

0 Comments