বৃহৎ সংখ্যাৰ বিশেষ ধৰণৰ বৰ্গ
কিছুমান বৃহৎ সংখ্যা যেনে 99 , 999 , 998 , 9997 ইত্যাদি সংখ্যাৰ বৰ্গ বা পূৰণফল কিছুমান সহজ নিয়মৰ দ্বাৰা উলিয়াব পাৰি । যেনে -
99 × 99 = 99².
= 99² -1² +1²
= (99 +1)(99 - 1)+1
= 100 × 98 +1
= 9800 +1
= 9801
তেনেদৰে ,
9997 × 9997 = 9997²
=9997² - 3² + 3²
= (9997 + 3)(9997 - 3) + 9
= 10000 × 9994 +9
= 99940000 + 9
= 99940009
998 × 997 = (1000 - 2)(1000 - 3)
= 1000² - 1000(2 + 3) + (-2)(-3)
= 1000000 - 5000 + 6
= 995006
অনুশীলনী : ওপৰৰ নিয়মবোৰ ব্যৱহাৰ কৰি তলৰ পূৰণফলবোৰ উলিয়াব চেষ্টা কৰা -
(a) 996×996 , (b) 305×297 , (c) 9999×9999 ,
(d) 605×705 , (e) 804×804 ,
লভিতা মেধী
বিজ্ঞান শিক্ষয়িত্ৰী
পীতাম্বৰ আদৰ্শ হাইস্কুল
শিক্ষাখণ্ড - ৰঙিয়া
0 Comments