header ads

মহৎলোকৰ বাণী, জিণ্টুমণি কলিতা

 মহৎলোকৰ বাণী


(১) সময়ক কেতিয়াও অপব্যয় নকৰিবা । কাৰণ জীৱন , সময় ধাতুৰে নিৰ্মিত । – ফ্ৰেংকলিন ।

(২) সময়ৰ জোখ কামতহে , ঘড়ীৰ কাঁটাকেইডালত
নহয় । - বাগ্মীবৰ নীলমণি ফুকন ।

(৩) সময় হ'ল মানুহৰ একমাত্র মূলধন যিটো সকলো মানুহৰ আছে আৰু যিটো হেৰালে পাবলৈ নাই । ― এডিচন ।

সংগ্ৰহ : জিণ্টুমণি কলিতা , সপ্তম শ্ৰেণী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল ।


Post a Comment

0 Comments