শব্দ -শৃংখল
থিয়কৈ :-
১) পূজা (২)
২) মাইকী হাতী (৩)
৪) সাহসী স্বদেশ প্ৰেমী মহিলা (৫)
৫) দুখ (৩)
৮) বিনাশ , নোহোৱা হৈ যোৱা (২)
৯) আই (৩)
১০) অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা ( মনৰ ভাৱ ) (৩)
পথালিকৈ :-
১) যি ব্যক্তিয়ে দক্ষিণা দি পূজা কৰে (৪)
৩) নৱ , নতুন (৩)
৫) জ্ঞানী (২)
৬) আটক (২)
৭) পাৰ্গত (২)
৯) নাগৰিক , অধিবাসী (৪)
১০) লাভ (৩)
১১) পুৱা (৫)
{ বি. দ্ৰ. – উত্তৰসমূহ অহা সংখ্যাত প্ৰকাশ কৰা হব । }
প্ৰস্তুতকর্তা
নয়ন মণি দাস
সহকাৰী শিক্ষক
১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া
0 Comments