header ads

মহৎলোকৰ বাণী, অঞ্জন দাস

 মহৎলোকৰ বাণী


বিষয় : জ্ঞান

(১) নহি জ্ঞানেন সদৃশং পবিত্রমিহ বিদ্যতে । – গীতা ।

(২) সংসাৰত গাৰ বলেৰে বা শক্তিৰে সংগ্ৰহ কৰিব নোৱাৰা বস্তু হ'ল জ্ঞান । জ্ঞান আহৰণ কৰিবলৈ লাগে একমাত্ৰ অধ্যয়ন । – জনচন ।

(৩) জ্ঞানৰ গতি এখোজ-দুখোজকৈ আগবাঢ়ে , জাপ মাৰি আগ নাবাঢ়ে । – লৰ্ড মাকাউলি ।


সংগ্ৰহ : অঞ্জন দাস , নৱম শ্ৰেণী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল , নহিৰা ।

Post a Comment

0 Comments