সাঁথৰ
১) যিয়ে দিয়ে তাকে খায় ।
পানী দিলে মৰি যায় ।
- জুই
২) হাতীৰ দাঁত ,
কদমৰ পাত
ক'ব নোৱাৰিলে জানিম গোলামৰ জাত ।
- বেঙেনা গছৰ পাত আৰু ফল
৩) আহোঁতে খুলিহে তৃপ্তি পায়
যাওতে মাৰি বাৰে বাৰে চায় ?
- তলা ছাবি
৪) তোক কাটিলে মই কান্দো , তোকো নাকাটি থাকিব নোৱাৰোঁ ।
- পিয়াঁজ
৫) কি পানীত মাছ নাই ?
- চকুৰ পানী
সংগ্ৰহ
আছিয়া বেগম
শ্ৰেণী - পঞ্চম
বিদ্যালয় - ১২৯৩ নং কাৰিগাওঁ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া ।
ReplyForward |
0 Comments