শব্দ -শৃংখল
পথালিকৈ -
১) যাক পাবলৈ কঠিন , দুষ্প্ৰাপ্য (৩)
৩) ষাড়গৰু
(৩)
৫) মাংস
(৩)
৬) শূণ্য , উদং (২)
৭) শৰীৰ (২)
১০) কোমল হৈ থকা, কম-বয়সীয়া
(৪)
১১) ঘোষণা কৰোঁতা (৩)
১২) হাতৰ তলুৱা (২)
১৪) ম’হ (৩)
থিয়কৈ–
১) এবিধ ঘাঁহ
, ঔষধি বন (৩)
২) বৰ ডাঙৰ ডাঙৰ ফুলবছা ( কাপোৰ
) (৬)
৩) ডাঙৰ
(৩)
৪) ঘৰ
, আলয় (৩)
৮) সেৱা
, হাত যোৰ কৰা (৪)
৯) গভীৰ চিন্তা , তত্ত্বানুসন্ধান (৪)
১০) জ্ঞাতি
, একে বংশৰ লোক (৩)
১৩) যুদ্ধ
(২)
যোৱা সংখ্যাৰ উত্তৰসমূহ-
থিয়কৈ–
১)
যজ্ঞ
, ২)
মাখুন্দী
, ৪)
বীৰাংগনা
, ৫)
বিষাদ
,৮)
ক্ষয়
, ৯)
জননী
, ১০)
মুকলি
পথালিকৈ–
১)
যজমান
, ৩)
নবীন
,৫)
বিজ্ঞ
, ৬)
বন্দী
, ৭)
দক্ষ
, ৯)
জনগণ
, ১০)
মুনাফা
, ১১)
দোকমোকালি
প্ৰস্তুতকর্তা
নয়নমণি দাস
সহকাৰী শিক্ষক
১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া
0 Comments