header ads

ছাত্ৰ-ছাত্ৰীৰ শিতান, কুইজ, অনামিকা কলিতা

 কুইজ



১) মানুহৰ মুখমণ্ডলত কিমান হাড় থাকে ?
উত্তৰ : ২২ ডাল

২) ভাৰতৰ কোনখন চহৰক ' হ্ৰদ নগৰী ' বুলি কোৱা হয় ?
উত্তৰ : ৰাজস্থানৰ উদয়পুৰ চহৰক

৩) পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে ?
উত্তৰ : ৮ মিনিট ১৬ ছেকেণ্ড

৪) আটাইতকৈ বেছি দিন ফল দিয়া গছবিধ কি ?
উত্তৰ : নাচপতি ( জীৱনকাল প্ৰায় ৩০০ বছৰ )

৫) কোনবিধ স্তন্যপায়ী প্ৰাণী উৰিব পাৰে ?
উত্তৰ : বাদুলি

৬) আটাইতকৈ পাতল গেছ কোনটো ?
উত্তৰ : হাইড্রোজেন

৭) হকী খেলৰ জন্মস্থান ক'ত ?
উত্তৰ : ভাৰত


সংগ্রাহক :
অনামিকা কলিতা
সপ্তম শ্রেণী
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া

Post a Comment

0 Comments