header ads

শব্দ শৃংখল ( তৃতীয় বছৰ চতুৰ্থ সংখ্যা )

শব্দ শৃংখল 



থিয়কৈ :-

(১) মুখ (৩)
(২) মৰম , স্নেহ (৩)
(৩) ন বিধ ভক্তিৰ এটা (২)
(৪) দৃঢ় , একান্ত (৩)
(৫) উদ্ভিদ (২)
(৬) ইচ্ছা , মনোবাঞ্ছা (৩)
(৭) নতুনকৈ গজি উঠা গছ (২)
(৮) নিচেই কম সময় (৩)
(৯) দহৰ ঘৰৰ সংখ্যা বিশেষ (৩)
(১০) বান্দৰ (৩)
(১১) উশাহ (২)
(১২) ঘৰৰ চালৰ তলেদি দীঘে দীঘে দিয়া খুটা বা চতি (৩)
(১৩) পুতৌ , কৃপা (২)

পথালিকৈ :-

(১) বেহা বেপাৰত আন দেশৰ পৰা বস্তু অনা কাৰ্য (৪)
(৪) নগৰ আদি পৰিচালনা কৰা সংঘ (৩)
(৬) কলংক , মলিনতা (৩)
(৭) অশুভ সময়ত মৃত্যুজনিত দোষ (৪)
(৮) প্ৰলোভন , চলাহ (৩)
(৯) নাগাৰাতকৈ ডাঙৰ এবিধ বাদ্য (২)
(১১) দুখ , সহানুভূতি (৩)
(১৪) ভক্তি বা নমস্কাৰৰ যোগ্য (৩)
( ১৫) প্ৰণাম কৰা , মূৰ দোওৱা (২)
(১৬) শয্যা , ঢাৰি-পাটী (৩)
(১৭) শেহতীয়া , সকলোৰে পাছত ওপজা (৪)

( বি. দ্ৰ.- উত্তৰ সমূহ অহা সংখ্যাত প্ৰকাশ কৰা হব । )



তৃতীয় সংখ্যাৰ শব্দশৃংখলৰ উত্তৰ সমূহ -
থিয়কৈ -
১) দুবৰি , ২) ভমকাফুলীয়া , ৩) বৃহৎ , ৪) ভৱন , ৮) নমস্কাৰ , ৯) গৱেষণা , ১০) কুটুম , ১৩) ৰণ

পথালিকৈ -
১) দুৰ্লভ , ৩) বৃষভ , ৫) মঙহ , ৬) ৰিক্ত , ৭) তন , ১০) কুমলীয়া , ১১) ঘোষক , ১২) কৰ , ১৪) মহিষ



প্ৰস্তুত কর্তা :-

নিৰলা ডেকা
সহঃ শিক্ষয়িত্ৰী
কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড - কমলপুৰ ।

Post a Comment

0 Comments