বিজ্ঞানৰ ইটো-সিটো
# ঘঁৰিয়ালে নিজৰ জিভাখন কেতিয়াও বাহিৰলৈ উলিয়াই দিব নোৱাৰে ।
# গাহৰিয়ে থিয় হৈ থকা অৱস্থাত আকাশলৈ চাব নোৱাৰে ৷
# কোনো এটা নিৰ্দিষ্ট বস্তুৰ প্ৰতি লক্ষ্য নকৰাকৈ মানুহে পোনে পোনে খোজ কাঢ়িব নোৱাৰে ।
# সৌৰ জগতত থকা তৰা, গ্ৰহতকৈ আমাৰ পৃথিৱীত থকা গছ-গছনিৰ সংখ্যা বেছি ।
# পঁইতাচোৰা এটাই মূৰ নোহোৱাকৈ প্ৰায় এসপ্তাহ জীয়াই থাকিব পাৰে ।
# এটোপাল পানী মিছিছিপি নদীখন আৰম্ভণিৰ পৰা শেষলৈকে বৈ যাওঁতে ৯০ দিন সময় লাগে ৷
# অষ্ট্ৰেলিয়া চন্দ্ৰতকৈ বেছি বহল ।
# এন্দুৰে ডাঙৰকৈ হাঁহি দিয়ে যেতিয়া তাক স্পৰ্শ কৰা হয় ।
--------------------&&&------- ---------------
সহকাৰী শিক্ষক (বিজ্ঞান)
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড ৷
0 Comments