header ads

বিজ্ঞানৰ ইটো-সিটো, তীৰ্থমণি ডেকা, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 বিজ্ঞানৰ ইটো-সিটো




# ঘঁৰিয়ালে নিজৰ জিভাখন কেতিয়াও বাহিৰলৈ উলিয়াই দিব নোৱাৰে । 

# গাহৰিয়ে থিয় হৈ থকা অৱস্থাত আকাশলৈ চাব নোৱাৰে ৷

# কোনো এটা নিৰ্দিষ্ট বস্তুৰ প্ৰতি লক্ষ্য নকৰাকৈ মানুহে পোনে পোনে খোজ কাঢ়িব নোৱাৰে ।

# সৌৰ জগতত থকা তৰা, গ্ৰহতকৈ আমাৰ পৃথিৱীত থকা গছ-গছনিৰ সংখ্যা বেছি ।

# পঁইতাচোৰা এটাই মূৰ নোহোৱাকৈ প্ৰায় এসপ্তাহ জীয়াই থাকিব পাৰে । 

# এটোপাল পানী মিছিছিপি নদীখন আৰম্ভণিৰ পৰা শেষলৈকে বৈ যাওঁতে ৯০ দিন সময় লাগে ৷

# অষ্ট্ৰেলিয়া চন্দ্ৰতকৈ বেছি বহল ।

# এন্দুৰে ডাঙৰকৈ হাঁহি দিয়ে যেতিয়া তাক স্পৰ্শ কৰা হয় ।

--------------------&&&----------------------

তীৰ্থমণি ডেকা 


সহকাৰী শিক্ষক (বিজ্ঞান)

পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয় 

কমলপুৰ শিক্ষাখণ্ড ৷

Post a Comment

0 Comments