header ads

বিদ্যাৰ্থীৰ শিতান, প্ৰাণী জগতৰ বিস্ময়, ৪ৰ্থ বছৰ ১ম সংখ্যা

 প্ৰাণী জগতৰ বিস্ময়ঃ




@ হাতীয়ে ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ২-৩ ঘণ্টাহে শোৱে ৷
@ গৰু , ম’হ আৰু ঘোঁৰাৰ খুৰাবোৰ মৃত কোষেৰে গঠিত ৷
@ জিৰাফে মুখেৰে শব্দ কৰিব নোৱাৰে ৷
@ আটাইতকৈ বেগী প্ৰাণীবিধ হ’ল চিতাবাঘ ৷
@ শগুণে সূৰ্যলৈ পোনপটীয়াকৈ চাই থাকিব পাৰে ৷
@ কুকুৰা আৰু পাৰ চৰাইয়ে সূৰ্য্যৰ আলট্ৰা ভায়’লেট ৰশ্মি দেখা পায় ৷
@ উটপক্ষীৰ চকুৰ আকাৰ মগজুতকৈ ডাঙৰ ৷
@ পেংগুইনে সাগৰৰ আটাইতকৈ গভীৰলৈ ডুব মাৰিব পাৰে ৷
@ পৃথিৱীত থকা প্ৰাণীৰ শতকৰা ৮০ ভাগ পোক পৰুৱা ৷
@ প্ৰতিজন মানুহৰ বিপৰীতে ২০০ নিযুত পতংগ আছে ৷

সংগ্ৰহঃ

ঋতুৰাজ শইকীয়া
অষ্টম শ্ৰেণী , 
কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় ,
শিক্ষাখণ্ডঃ কমলপুৰ

Post a Comment

0 Comments