header ads

কৌতুক, স্নেহা পাৰবিন , ৪ৰ্থ বছৰ ১ম সংখ্যা,

 কৌতুকঃ 😁😁🤣🤣




জেইলাৰঃ কি হ’ল , ইমান কি চিন্তা কৰি আছা ?


কনিষ্টবলঃ ছাৰ ,কয়দীবিলাকে জেলত ৰামায়ণ নাটকখন কৰিছিল ৷

জেইলাৰঃ ভাল কথা ৷ তাত ইমান চিন্তা কৰিবলৈ কি আছে ?

কনিষ্টবলঃ কিন্তু ছাৰ , হনুমানৰ ভাও লোৱা কয়দীজন যে সঞ্জীৱনী আনিবলৈ গৈ ঘূৰি অহা নাই ৷

সংগ্ৰহঃ
স্নেহা পাৰবিন ,
পঞ্চম শ্ৰেণী , কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়
শিক্ষাখণ্ডঃ কমলপুৰ

Post a Comment

0 Comments