মহৎ লোকৰ বাণী
১/ ‘ যি নিজস্বতা হেৰুৱায় , সি সকলো হেৰুৱায় ’---- মহাত্মা গান্ধী
২/ ‘ অশিক্ষিত মানুহ মৰা কাঠৰ দৰে ’-----হজৰত মহম্মদ
৩/ ‘ শিক্ষাই জ্ঞান , জ্ঞানেই শক্তি ’ ------ ছক্ৰেটিচ
৪/ ‘ মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে ’ ---- বুদ্ধদেৱ
৫/ ‘ উপদেশতকৈ আৰ্হি ভাল ’ ----- হজৰত মহম্মদ
৬/ ‘ পাপক ঘিণ কৰিবা , কিন্তু পাপীক ঘিণ নকৰিবা ’ ---- যীশুখ্ৰীষ্ট
গুণু সূত্ৰধৰ
চতুৰ্থ শ্ৰেণী ,
৬২ নং আমিনগাঁও প্ৰাথমিক বিদ্যালয়
0 Comments