header ads

মহৎ লোকৰ বাণী, গুণু সূত্ৰধৰ, শিক্ষাৰ্থীৰ চ'ৰা, ৪ৰ্থ বছৰ ২য় সংখ্যা,

 মহৎ লোকৰ বাণী



১/  ‘ যি নিজস্বতা হেৰুৱায় , সি সকলো হেৰুৱায় ’---- মহাত্মা গান্ধী

২/ ‘ অশিক্ষিত মানুহ মৰা কাঠৰ দৰে ’-----হজৰত মহম্মদ

৩/ ‘ শিক্ষাই জ্ঞান , জ্ঞানেই শক্তি  ’ ------ ছক্ৰেটিচ

৪/ ‘ মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে ’ ---- বুদ্ধদেৱ

৫/ ‘ উপদেশতকৈ আৰ্হি ভাল ’ ----- হজৰত মহম্মদ

৬/ ‘ পাপক ঘিণ কৰিবা , কিন্তু পাপীক ঘিণ নকৰিবা ’ ---- যীশুখ্ৰীষ্ট


গুণু সূত্ৰধৰ
চতুৰ্থ শ্ৰেণী ,
৬২ নং আমিনগাঁও প্ৰাথমিক বিদ্যালয়

Post a Comment

0 Comments