থিয়কৈ-------
১/ তুলনা , সাদৃশ্য (৩)
২/ ইছলাম ধৰ্ম নমনা লোক (৩)
৩/সংক্ষিপ্ত সূত্ৰ ব্যাখ্য কৰা শ্লোক (৩)
৪/অংগ( ২)
৫/বালক শব্দৰ স্ত্ৰীলিংগ ৰূপ (৩)
৬/ৰজা (৩)
৮/শাকৰ খেতি কৰা ঠাই (৩)
১০/ইচ্ছা (৩)
১১/বাওনা মানুহ (৩)
১৩/সাধাৰণ হীৰাতকৈ কঠিন এবিধ ক'লা হীৰা(৪)
১৪/কপাল(৩)
১৫/ৰান্ধোতা (৩)
১৭/মৌ বাহৰ মৌজোল থকা অংশ (৪)
২০/বাঢ়নী পানী (২)
২১/জাক (২)
২২/ গছৰ সৰু ডাল (২)
পথালিকৈ-----------
১/ সহায়,কল্যাণ (৪)
৫/পানী (২)
৬/ খং(২)
৭/ লো বা আন ধাতুৰ ওপৰত ধৰা মৰিচা (৩)
৮/ মইনা জাতীয় এবিধ চৰাই (৩)
৯/ মা বা দেউতাৰ দেউতা (২)
১০/ উদ্যান (৩)
১১ /পথ (২)
১২/ কানি(২)
১৩/ কৰ্ম (২)
১৪/ নাৰী (৩)
১৬/ চহৰ (৩)
১৮/ এবিধ পাচলি(৩)
১৯/ গড়(২)
২০/ এবিধ হিংস্ৰ জন্তু (২)
২৩/ দাই নিয়া ধানৰ গা-গছৰ অংশ (২)
২৪/ চঞ্চল মনৰ (৫)
0 Comments