header ads

শব্দ-শৃংখল, ৪ৰ্থ বছৰ ৩য় সংখ্যা




থিয়কৈ-------

১/ তুলনা , সাদৃশ্য (৩)

২/ ইছলাম ধৰ্ম নমনা লোক (৩)

৩/সংক্ষিপ্ত সূত্ৰ ব্যাখ্য কৰা শ্লোক (৩)

৪/অংগ( ২)

৫/বালক শব্দৰ স্ত্ৰীলিংগ ৰূপ (৩)

৬/ৰজা (৩)

৮/শাকৰ খেতি কৰা ঠাই (৩)

১০/ইচ্ছা (৩)

১১/বাওনা মানুহ (৩)

১৩/সাধাৰণ হীৰাতকৈ কঠিন এবিধ ক'লা হীৰা(৪)

১৪/কপাল(৩)

১৫/ৰান্ধোতা (৩)

১৭/মৌ বাহৰ মৌজোল থকা অংশ (৪)

২০/বাঢ়নী পানী (২)

২১/জাক (২)

২২/ গছৰ সৰু ডাল (২)


পথালিকৈ-----------

১/ সহায়,কল্যাণ (৪)

৫/পানী (২)

৬/ খং(২)

৭/ লো বা আন ধাতুৰ ওপৰত ধৰা মৰিচা (৩)

৮/ মইনা জাতীয় এবিধ চৰাই (৩)

৯/ মা বা দেউতাৰ দেউতা (২)

১০/ উদ্যান (৩)

১১ /পথ (২)

১২/ কানি(২)

১৩/ কৰ্ম (২)

১৪/ নাৰী (৩)

১৬/ চহৰ (৩)

১৮/ এবিধ পাচলি(৩)

১৯/ গড়(২)

২০/ এবিধ হিংস্ৰ জন্তু (২)

২৩/ দাই নিয়া ধানৰ গা-গছৰ অংশ (২)

২৪/ চঞ্চল মনৰ (৫)



Post a Comment

0 Comments