header ads

বিজ্ঞানৰ ইটো সিটো, তীৰ্থমণি ডেকা, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 বিজ্ঞানৰ ইটো সিটো








উদ্ভিদৰ কিছুমান বিশেষ দক্ষতা
--------------------------------------------

(১) গছ-গছনিবোৰেও নিজৰ মাজত যোগাযোগ স্থাপন কৰে যিদৰে মানুহে ইজনে সিজনৰ লগত কথা পাতে ।

(২) গছ-গছনিবোৰেও নিজৰ উত্তৰ প্ৰজন্মক চিনাক্ত কৰিব পাৰে আৰু সেইবোৰৰ বিশেষ যত্ন লয় ।

(৩) জীৱ-জন্তুৰ নিচিনাকৈ গছ-গছনিবোৰেও শব্দৰ প্ৰতি সংবেদনশীল আৰু সঁহাৰি দিয়ে ৷

(৪) গছ-গছনিবোৰো মাধ্যাকৰ্ষণিক বলৰ প্ৰতি সংবেদনশীল ।

(৫) গছ-গছনিবোৰেও নিষেচন সংঘটিত কৰিবলৈ বুদ্ধি প্ৰয়োগ কৰে ৷

(৬) গছ-গছনিবোৰেও চাপ (stress) কমাবলৈ চাপৰ ওলোটা সংকেত দিয়ে ।

(৭) গছ-গছনিবোৰেও নিৰ্দিষ্ট সময়ৰ হিচাপ সঠিককৈ চিহ্নিত কৰিব পাৰে ।





তীৰ্থমণি ডেকা
সহকাৰী শিক্ষক (বিজ্ঞান)
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড

Post a Comment

0 Comments