বিজ্ঞানৰ ইটো সিটো
উদ্ভিদৰ কিছুমান বিশেষ দক্ষতা
------------------------------ --------------
(১) গছ-গছনিবোৰেও নিজৰ মাজত যোগাযোগ স্থাপন কৰে যিদৰে মানুহে ইজনে সিজনৰ লগত কথা পাতে ।
(২) গছ-গছনিবোৰেও নিজৰ উত্তৰ প্ৰজন্মক চিনাক্ত কৰিব পাৰে আৰু সেইবোৰৰ বিশেষ যত্ন লয় ।
(৩) জীৱ-জন্তুৰ নিচিনাকৈ গছ-গছনিবোৰেও শব্দৰ প্ৰতি সংবেদনশীল আৰু সঁহাৰি দিয়ে ৷
(৪) গছ-গছনিবোৰো মাধ্যাকৰ্ষণিক বলৰ প্ৰতি সংবেদনশীল ।
(৫) গছ-গছনিবোৰেও নিষেচন সংঘটিত কৰিবলৈ বুদ্ধি প্ৰয়োগ কৰে ৷
(৬) গছ-গছনিবোৰেও চাপ (stress) কমাবলৈ চাপৰ ওলোটা সংকেত দিয়ে ।
(৭) গছ-গছনিবোৰেও নিৰ্দিষ্ট সময়ৰ হিচাপ সঠিককৈ চিহ্নিত কৰিব পাৰে ।
তীৰ্থমণি ডেকা
সহকাৰী শিক্ষক (বিজ্ঞান)
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড
0 Comments