header ads

মহৎ লোকৰ বাণীঃ, ধনমণি ঠাকুৰীয়া, ৪ৰ্থ বছৰ ৪ৰ্থ সংখ্যা,

 মহৎ লোকৰ বাণীঃ



(১) মহৎ কাম শক্তিৰে নহয় , অধ্যাৱসায়েৰে সম্পন্ন হয় ------- ছেমুৱেল জনছন ।

(২) কাম এটা হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে --------- হোমাৰ ।

(৩) সৰল জীৱনৰ পুৰস্কাৰ জীৱনটোৱেই ------ জৰ্জ ছাণ্টায়ন ।

(৪) আনৰ অজ্ঞতা জনাই হ'ল শ্ৰেষ্ঠ জ্ঞান ------ লাও ছে ।

 (৫) মানুহৰ প্ৰত্যাশা যদি আধাও পূৰণ হয় , তেওঁৰ দুখো দুগুণ হৈ পৰিব ----- বেঞ্জামিন ফ্ৰেংকলিন 

(৬) যেতিয়া তোমাৰ শত্ৰুৱে ভুল কৰা তোমাৰ চকুত পৰে , সেই কামত কেতিযাও ব্যাঘাত নজন্মাবা ----- নেপোলিয়ন বোনাপাৰ্ট ।


                                    ধনমণি ঠাকুৰীয়া
                                      ষষ্ঠ শ্ৰেণী ,
                         গুইমাৰা মজলীয়া বিদ্যালয় ,
                              শিক্ষা খণ্ড -- ৰামপুৰ

Post a Comment

0 Comments