header ads

বিদ্যাৰ্থীৰ শিতান,অসমীয়া কবিতা, মোৰ মন যায়, শ্ৰী কৃষাণ মজুমদাৰ, ৫ম বছৰ-১ম সংখ্যা,

 মোৰ মন যায়



মোৰ মন যায় ডাক্তৰ হ'বলৈ
ৰোগীক চিকিৎসা কৰিবলৈ ।
মোৰ মন যায় শিক্ষক হ'বলৈ
ছাত্ৰ-ছাত্ৰীক পঢ়াবলৈ ।
মোৰ মন যায় পখী হ'বলৈ
নীল আকাশত উৰি ফুৰিবলৈ ৷
মোৰ মন যায় সৈনিক হ'বলৈ
দেশক ৰক্ষা কৰিবলৈ ।


শ্ৰী কৃষাণ মজুমদাৰ
শ্ৰেণী - ষষ্ঠ
পলাশবাৰী বয়জ হাইস্কুল

Post a Comment

0 Comments