header ads

বিদ্যাৰ্থীৰ শিতান,জীৱনৰ আনন্দ, বন্দনা দাস,৫ম বছৰ-১ম সংখ্যা,

 জীৱনৰ আনন্দ





জীৱনত আনন্দ কৰিব
       কিন্তু  আনক দুখ দি নহয়,
জীৱনত সুন্দৰ সপোন দেখিব
      কিন্তু আনৰ সপোন ভাঙি নহয়,
আনৰ জীৱনক লৈ নেখেলিব   
      কিয়নো জীৱন সকলোৰে বাবেই প্ৰিয় ৷

জীৱনটো এটা শব্দ নহয় ,
     সেয়ে কষ্ট হ'লেও ভাগি নপৰিব।


বন্দনা দাস
অষ্টম শ্ৰেণী
ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড - ছয়গাঁও

Post a Comment

0 Comments