মোৰ মৰমৰ গাঁও
এইখন গাঁও মোৰ অতি মৰমৰ
ধনী-দুখীয়া , জাতি-ধৰ্মৰ নাই ভিন পৰ ৷
উত্তৰে ৰিজাৰ্ভ , দক্ষিণে কলহী নৈ
পূৱে ধাননি পথাৰ , পশ্চিমে আকৌ কলহীয়ে আছে ,
সকলোৱে মিলিজুলি ইয়াত ধৰাৰ সৰগ ৰচে ৷
ঐক্য -সংহতিৰ কেন্দ্ৰবিন্দু গোপাল মন্দিৰ ,
এইখন গাঁও মোৰ অতি মৰমৰ ৷
শ্ৰী জোন দাস
শ্ৰেণী - দশম
পলাশবাৰী বয়জ হাইস্কুল
0 Comments