মহৎ লোকৰ বাণী
মহৎ লোকৰ বাণী
- কথা দি ৰাখিব নোৱাৰা মানুহৰ কথাবোৰ ধুনীয়া ফুলৰ দৰে; কিন্তু ই গোন্ধহীন আৰু ফলহীন । (বুদ্ধদেৱ)
- মানুহে যিমানে পঢ়িবলৈ শিকে, সিমানেই ভাবিবলৈ শিকে । (জৱাহৰলাল নেহৰু)
- পাৰিলে সৎ কথা আলোচনা কৰিবা নহ'লে, নীৰৱে থাকিবা। (পাইথাগোৰাছ)
- মানুহে উদাহৰণৰ পৰা শিকিব নোখোজে; শিকিব খোজে ভুলৰ পৰা- সেইটোৱে হ'ল মানুহৰ স্বভাৱ। (ফ্ৰেড হইল)
- বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। (সত্যনাথ বৰা)
মীৰা কলিতা
ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী
সতপুৰ আঞ্চলিক হাই স্কুল
শিক্ষাখণ্ড-ৰামপুৰ