header ads

মহৎ লোকৰ বাণী

মহৎ লোকৰ বাণী 


  "আনৰ দোষ-গুণ বা আনে কি কৰিলে,কি নকৰিলে তালৈ চকু নিদি নিজে কি কৰিছা বা কৰা নাই তালৈহে চকু দিয়া উচিত " 
__ বুদ্ধদেৱ


"সাজ-সজ্জাই মানুহক ভদ্ৰ কৰি নোতোলে,সৎ চিন্তা আৰু প্ৰকৃত শিক্ষাৰেহে এজন ভদ্ৰলোক হ'ব পাৰি" 
 __মহাত্মা গান্ধী

"সৰস্বতী পূজা কৰি জ্ঞানী হ'বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢায়ে ভাল" 
__ হেম বৰুৱা

"যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ চেষ্টা কৰা নাই"
__ এৰিষ্ট'টল

"ডাঙৰ আৰু যথেষ্টসংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ'ব নোৱাৰে "
__উইলিয়াম শ্বেইক্সপীয়েৰ



নাম:- মৃন্ময় নাথ

শ্ৰেণী:- দশম
বিদ্যালয়:- ঝাৰোবড়ী আঞ্চলিক হাইস্কুল