"আনৰ দোষ-গুণ বা আনে কি কৰিলে,কি নকৰিলে তালৈ চকু নিদি নিজে কি কৰিছা বা কৰা নাই তালৈহে চকু দিয়া উচিত "
__ বুদ্ধদেৱ
__ বুদ্ধদেৱ
"সাজ-সজ্জাই মানুহক ভদ্ৰ কৰি নোতোলে,সৎ চিন্তা আৰু প্ৰকৃত শিক্ষাৰেহে এজন ভদ্ৰলোক হ'ব পাৰি"
__মহাত্মা গান্ধী
__মহাত্মা গান্ধী
"সৰস্বতী পূজা কৰি জ্ঞানী হ'বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢায়ে ভাল"
__ হেম বৰুৱা
__ হেম বৰুৱা
"যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ চেষ্টা কৰা নাই"
__ এৰিষ্ট'টল
__ এৰিষ্ট'টল