আমাৰ
কণমানি
আমাৰ
কণমানি
দেখিবলৈ ধুনীয়া ,
থুনুক থানাক
মাতেৰে
পাতে মোৰ সতে কথা।
কণমানিয়ে
বায়েকক কয় পঢ়া
তুমি ভালদৰে পঢ়া,
নপঢ়িলে মাৰ তুমি
এছাৰিৰ কোব খাবা।
কণমানিৰ কথা
শুনি
মাৰ ফালে চালোঁ ,
লাজে ভয়ে
তলমূৰ হৈ
পঢ়িবলৈ ললোঁ।
নামঃ শ্ৰী ময়ুৰ কুমাৰ কলিতা
শ্রেণীঃ অষ্টম
ৰোল নং-৬
তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক
বিদ্যালয়
ৰাণী শিক্ষাখণ্ড
অলংকৰণ :-
সুৰভি দাস
0 Comments