Labels

মহৎলোকৰ বাণী



মহৎলোকৰ বাণী


(১) যদি আপুনি পৃথিৱীৰ বুকুত পৰিৱৰ্তন চাব বিচাৰে, তেন্তে প্ৰথমে নিজৰ পৰা আৰম্ভ কৰক।  ------ মহাত্মা গান্ধী।


(২) নিজে প্ৰমাণ কৰিব নোৱাৰালৈকে কোনো কথাকে সত্য বুলি গ্ৰহণ নকৰিবা। ------ ৰেনে ডেকাৰ্টে।


(৩) সত্য সবাতোকৈ মহান, কিন্তু তাতোকৈ মহান হ'ল সত্যানুৰাগী জীৱন। ------ গুৰুনানক।


(৪) মানুহে যিমানে পঢ়িবলৈ শিকে,সিমানে ভাবিবলৈ শিকে। ------- জৱাহৰলাল নেহৰু।


(৫) ত্যাগ স্বীকাৰ যদি খুব দীঘলীয়া হয়,সি মানুহৰ হৃদয়ক পাষাণত পৰিৱৰ্তন কৰিব পাৰে। ----- ডব্লিউ বি য়েইটচ্।

***********************

 নাম: শ্ৰীকংকনা ডেকা

শ্ৰেণী: সপ্তম

শাখা: ক

ৰোল নং: ১

বিদ্যালয়: বিৰোগাওঁ মজলীয়া বিদ্যালয়।

Post a Comment

0 Comments