মহৎলোকৰ বাণী
(১) যদি আপুনি পৃথিৱীৰ বুকুত পৰিৱৰ্তন চাব বিচাৰে, তেন্তে প্ৰথমে নিজৰ পৰা আৰম্ভ কৰক। ------ মহাত্মা গান্ধী।
(২) নিজে প্ৰমাণ কৰিব নোৱাৰালৈকে কোনো কথাকে সত্য বুলি গ্ৰহণ নকৰিবা। ------ ৰেনে ডেকাৰ্টে।
(৩) সত্য সবাতোকৈ মহান, কিন্তু তাতোকৈ মহান হ'ল সত্যানুৰাগী জীৱন। ------ গুৰুনানক।
(৪) মানুহে যিমানে পঢ়িবলৈ শিকে,সিমানে ভাবিবলৈ শিকে। ------- জৱাহৰলাল নেহৰু।
(৫) ত্যাগ স্বীকাৰ যদি খুব দীঘলীয়া হয়,সি মানুহৰ হৃদয়ক পাষাণত পৰিৱৰ্তন কৰিব পাৰে। ----- ডব্লিউ বি য়েইটচ্।
***********************
নাম: শ্ৰীকংকনা ডেকা
শ্ৰেণী: সপ্তম
শাখা: ক
ৰোল নং: ১
বিদ্যালয়: বিৰোগাওঁ মজলীয়া বিদ্যালয়।
0 Comments