header ads

জানোঁ আহাঁ | Quiz by Yuvraj Deka


 জানোঁ আহাঁ 


১/ মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ

২) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ?

উত্তৰঃ দক্ষিণ আফ্ৰিকাত।

৩) ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে 'পূৰ্ণ স্বৰাজ'ৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯২৯ চনত লাহোৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অধিৱেশনত।


৪)গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?

উত্তৰঃ ৩৮৫ কিলোমিটাৰ।\


৫) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে ।


৬) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল ?

উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত।


************************

যুৱৰাজ ডেকা

কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ,

দশম শ্ৰেণী

কমলপুৰ শিক্ষাখণ্ড

Post a Comment

0 Comments