header ads

সাথঁৰ | Riddles Collected by Jyotima Das



 সাথঁৰ

১)এটা পৰিয়ালৰ ২৪ জন সদস্য,প্ৰতিজন সদস্যৰ  একে নাম ৷নামটো কি?

উত্তৰ: অশোক চক্ৰৰ দণ্ড৷

২) আমাৰ দেশৰ ৬টা জন্তু আছে ৷দুটা তলত থাকে ,৪টা ওপৰত থাকে কিন্তু তাৰে এটা দেখা নাযায় ৷জন্তুটো কি?

উত্তৰ:অশোক স্তম্ভৰ সিংহ এটা৷

৩) এটা পৰিয়ালৰ ৩ ভাই লগেভাগে ঘূৰি চায়৷মাজুজনৰ নাম কি?

উত্তৰ:মিনিটৰ কাটা৷

৪)মোৰ নিজৰ বৰণ নাই ,মোক যেনে ধৰণে বিচাৰে তেনে ধৰণে পায়৷কোৱাচোন মই কোন?

উত্তৰ:পানী৷

৫)ৰজাৰ জপা সোমাব পাৰি ওলাব নোৱাৰি৷

উত্তৰ:চেপা৷


জ্যোতিমা দাস

চতুৰ্থ শ্ৰেণী

৩২৭নং লেজা প্ৰাথমিক বিদ্যালয়

Post a Comment

0 Comments