header ads

বিজ্ঞানৰ ইটো সিটো | Science Knowledge Quiz

 বিজ্ঞানৰ ইটো সিটো

১) চকু মেলি আমি কেতিয়াও হাঁচিয়াব নোৱাৰো।

 

(২) ০০১° C উষ্ণতা আৰু ০০০৬ বায়ুমণ্ডলীয় (atm) চাপত পানী গোটা, জুলীয়া  আৰু গেছীয়  তিনিওটা অৱস্থাতে পাব পাৰি। 

 

(৩) আধুনিক পৰ্যাবৃত্ত তালিকাত J আৰু Q ৰ বাহিৰে বাকী সকলো ইংৰাজী বৰ্ণমালাৰ বৰ্ণ আছে। 

 

(৪) গড়ে এজন মানুহৰ দেহৰ  কোষবোৰত থকা ডি. এন.এ. (D.N.A) অণুবোৰৰ পাকবোৰ খুলি যদি লগ লগোৱা হয়; তেন্তে ই সূৰ্যৰ পৰা প্লুট'লৈ গৈ পুনৰ সূৰ্যলৈ প্ৰায় ১৭ পাক মাৰিব পাৰিব।

 

(৫) ধাতুবোৰ সাধাৰণতে কঠিন আৰু অধাতুবোৰ কোমল। কিন্তু পৃথিৱীৰ সকলোতকৈ কঠিন বস্তু হীৰা( কাৰ্বন, C) হৈছে এটা অধাতু। 

 

(৬) আমাৰ দেহৰ সবাতোকৈ ডাঙৰ অংগটো হৈছে ছাল।

 

 

******************************


সংগ্ৰাহক--

অঞ্জনা ডেকা

( মণ্ডল সমল ব্যক্তি)।

শিক্ষাখণ্ড - হাজো। 

 

Post a Comment

0 Comments